Home দেশলৌহ মানৱীক কিয় এলাগী কৰিলে মণিপুৰে

লৌহ মানৱীক কিয় এলাগী কৰিলে মণিপুৰে

by News Desk
A+A-
Reset
81423642-592252790_6

ইম্ফলঃ মণিপুৰৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে থিয় দিয়া মণিপুৰৰ লৌহমানৱী ইৰম চানু শৰ্মিলাই মাত্ৰ ৯০ টা ভোটতে ৰৈ যাব লগা হ’ল। সমগ্ৰ বিশ্বতে জনাজাত লৌহমানৱীগৰাকীৰ ১৬ বছৰীয়া মানৱাধিকাৰ আন্দোলনৰ পিছত ৰাজনীতিৰ যোগেদি সমাজ সংস্কাৰ কৰিব বিচৰা নেত্ৰীগৰাকীৰ সক্ষমতাত কাৰোৱে সন্দেহ নাছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বাদেই, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো শৰ্মিলাৰ কথা কোনোৱেই ঋণাত্মকভাৱে উত্থাপন কৰা নাছিল। তেনেস্থলত নিৰ্বাচনী ইতিহাসত নজীৰ থাকি যোৱাকৈ কম ভোটেৰে হৰাৰ কোনো প্ৰশ্নয়ে নাছিল শৰ্মিলাৰ। পিছে ক’ৰবাত যেন কেনা লাগি আছিল। ক’ৰবাত ভূল হৈ গৈছিল শৰ্মিলাৰ। সেই ভূলেই আছিল বোধকৰো শৰ্মিলাৰ বিয়াৰ সিদ্ধান্ত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0