Home ৰাজ্য৮-১২ বছৰৰ সন্তানটোক ইন্টাৰনেটে ধ্বংস কৰিব পাৰে, পঢ়ক এই বাতৰি

৮-১২ বছৰৰ সন্তানটোক ইন্টাৰনেটে ধ্বংস কৰিব পাৰে, পঢ়ক এই বাতৰি

by News Desk
66 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বিশ্বত প্ৰতিদিনে ইন্টাৰনেট আৰু কম্পিউটাৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈ আহিছে৷ সমাজ জীৱনৰ প্ৰতিটো স্তৰতে, প্ৰতিটো ক্ষেত্ৰতে ইণ্টাৰনেটৰ সৈতে জড়িত হৈ পৰিছে মানুহ৷ বহু সময়ত আমি জ্ঞানৰ উৎস বিচাৰি নিৰ্ভৰশীল হৈ পৰিছোঁ ইণ্টাৰনেটৰ৷ এতিয়া পুৱাই বাতৰি কাকতখন পঢ়াৰ বিপৰীতে ইণ্টাৰনেট ব্যৱহাৰ কৰি মোবাইলটোত নতুবা কম্পিউটাৰত দেশ-বিদেশৰ খবৰ, তথ্য সংগ্ৰহ কৰাৰ লগতে চাকৰিৰ বিজ্ঞাপন, বিভিন্ন শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমৰ বিষয়ে তথ্য লাভ কৰো৷

জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি সহায়ক হোৱা ইণ্টাৰনেট ব্যৱস্থাৰ লগত ইতিবাচক দিশটো জড়িত  থকাৰ বিপৰীতে নেতিবাচক দিশটোও জড়িত হৈ আছে৷ ইণ্টাৰনেটত উপলব্ধ নঞাৰ্থক দিশবোৰে বহু সময়ত বিপদত পেলাব পাৰে ব্যৱহাৰকাৰীক ৷ সেয়েহে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ কথাটো নিৰ্ভৰ কৰে ব্যৱহাৰকাৰীৰ মানসিকতাৰ ওপৰত৷ বৰ্তমান সময়ত দেখা গৈছে, বিশ্বত শিশু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে৷ এই শিশু সকলৰ বয়স ৮ বছৰৰ পৰা ১২ বছৰৰ ভিতৰৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0