Home ৰাজ্যমন্ত্ৰী অতুল বৰা ছাৰ এনে বহু দলং আছে আপোনাৰ সমষ্টিৰ মহুৰামুখত

মন্ত্ৰী অতুল বৰা ছাৰ এনে বহু দলং আছে আপোনাৰ সমষ্টিৰ মহুৰামুখত

by News Desk
56 views
A+A-
Reset

মহুৰামুখঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি চৰকাৰ আহে আৰু যায়৷ চৰকাৰৰ সলনি হোৱাৰ লগ লগে মন্ত্ৰী-বিধায়কসকলো সলনি হয়৷ প্ৰত্যেকখন চৰকাৰৰ দিনতেই শাসনৰ গাদী দখল কৰিবলৈ নিৰ্বাচনৰ পূৰ্বে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিবোৰো প্ৰতিশ্ৰুতি হৈয়ে ৰয়৷ ৰাজ্যত এতিয়া সমস্যাৰ অন্ত নাই৷  উজনিৰ পৰা নামনিলৈকে বিশুদ্ধ খোৱাপানী, বানপানী-গৰাখহনীয়াৰ সমস্যা, শোচনীয় যাতায়ত ব্যৱস্থা, মূল্যবৃদ্ধিৰ সমস্যা আদিয়ে কেঁকুৰাই চেপাদি চেপিছে শোষিত-বঞ্চিত সাধাৰণ জনতাক৷ শাসনৰ গাদীত থকা চৰকাৰখনে জলন্ত সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰতি দিছিল কিন্তু সময় যোৱাৰ লগে লগে সকলোবোৰ প্ৰতিশ্ৰুতি এতিয়া ফোটোকাৰ ফেনত পৰিণত হ’ল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0