69
দিচাংমুখ/গৌৰিসাগৰঃ ছয়শ বছৰীয়া আহোম ৰাজত্ব কালত নিৰ্মিত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলত বুধবাৰে সংঘটিত হ’ল কোনো দিনে নোহোৱা নোপোজা ঘটনা৷
স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ৰাণী অম্বিকা দেৱীৰ নিৰ্দেশমৰ্মে ১৭৩১ খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে কৰ্দৈশিৰীয়া শিৱদৌলক কেন্দ্ৰ কৰিয়েই শিৱসাগৰ প্ৰশাসনে আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ পালন কৰে৷