Home ৰাজ্যৰঙিয়া পৌৰ সভাত খোৱা কামোৰাৰ ৰাজনীতি অব্যাহত, অগপই দায়ী কৰিলে মহকুমাধিপতিক

ৰঙিয়া পৌৰ সভাত খোৱা কামোৰাৰ ৰাজনীতি অব্যাহত, অগপই দায়ী কৰিলে মহকুমাধিপতিক

by News Desk
75 views
A+A-
Reset

ৰঙিয়াঃ সৰ্বাংগীন উন্নয়ন, জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি দিছপুৰ দখল কৰি ৰাজ্য শাসন কৰে আছে যদিও ৰঙিয়া পৌৰসভাকলৈ খোৱা কামোৰা অব্যাহত আছে৷ পৌৰপতিৰ আসন খনক লৈ খোৱা কামোৰা অব্যাহত আছে ৰঙিয়া পৌৰসভাত৷ প্ৰতিটো দলেই ক্ষমতাৰ বাবে খোৱা কামোৰা কৰি থকাৰ বাবে পৌৰসভা খনত অচলা অৱস্থাৰ সৃষ্টি হৈ আহিছে৷

কেতিয়াবা যদি বিজেপিয়ে আৰু কেতিয়াবা অগপই দখল কৰিছে পৌৰসভাখন। ৰঙিয়া পৌৰসভাৰ পৌৰপতিৰ আসনক লৈ সমস্ত বেমেজালি৷ প্ৰথমে বিজেপি, পিছত অগপৰ দখললৈ যোৱাৰ অন্তত পুণৰ বিজেপিৰ দখললৈ যায় পৌৰপতিৰ আসনখন৷ সাংসদ ৰমেন ডেকা আৰু ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা, কলমপুৰৰ বিধায়ক কোনেও পিছপৰি থকা নাই এই ৰাজনীতিৰ পৰা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0