Home ৰাজ্যআকৌ বিনামূলীয়া ৱাই-ফাই দিয়াৰ প্ৰতিশ্ৰুতি, কেজৰিৱাল চৰকাৰে সম্পূৰ্ণ কৰিলে ৩ বছৰ

আকৌ বিনামূলীয়া ৱাই-ফাই দিয়াৰ প্ৰতিশ্ৰুতি, কেজৰিৱাল চৰকাৰে সম্পূৰ্ণ কৰিলে ৩ বছৰ

by News Desk
51 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰে বুধবাৰে তিনি বছৰ সম্পূৰ্ণ কৰিলে৷ ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত ৭০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৬৭খন আসন দখল কৰি আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল৷ ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী কেজৰিৱালে বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে এনডিএমচি অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী কেজৰিৱালে কেবিনেট মন্ত্ৰীৰ লগতে দিল্লীৰ সাধাৰণ জনতাৰ সৈতে মত বিনিময় কৰে৷

অনুষ্ঠানত কেজৰিৱালে কয়, আমি ইতিমধ্যে তিনি বছৰ সম্পূৰ্ণ কৰিছোঁ৷ আমাৰ চৰকাৰে যি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ সেই কাম কৰিলো৷ প্ৰতিশ্ৰুতি অনুসৰি এই তিনি বছৰত প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ কৰা হৈছে আৰু বাকী থকা কামসমূহো কম দিনতেই সম্পূৰ্ণ কৰা হ’ব৷ উল্লেখ্য যে আম আদমি পাৰ্টিয়ে শাসনলৈ আহিলে বিনামূলীয়াকৈ ৱাই-ফাই সেৱা সংযোগ কৰা হ’ব বুলি দিল্লীবাসীক কথা দিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0