58
ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াৰ মৰাণজানাৰ এটি টায়াৰ কোম্পানীত বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷
মৰাণজানৰ উদ্যোগিক পামৰ এটা টায়াৰ কোম্পানিত মেচিন বিস্ফোৰণ হোৱাৰ ফলত দুজনকৈ শ্ৰমিক অগ্নিদগ্ধ হয়৷