51
যোৰহাট/মৰিয়ণীঃ সত্ৰনগৰী মাজুলীত ভাৰতীয় বায়ু সেনাৰ এখন মাইক্ৰ’লাইট এয়াৰক্ৰাফ্ট দুৰ্ঘটনাত পতিত হৈ দুগৰাকী বায়ু সেনাৰ বিষয়া থিতাতে নিহত হয়৷ বায়ু সেনাৰ উইং কমাণ্ডাৰ জয় পল জেমছ আৰু ডি ভেটছ নিহত হয় বুলি জানিব পৰা গৈছে।
