ছাত্ৰাবাস নিৰ্মাণৰ দাবী, ওদালগুৰিত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ, মন্ত্ৰী ৰিহণক সন্দেহজনক...

Home ৰাজ্যছাত্ৰাবাস নিৰ্মাণৰ দাবী, ওদালগুৰিত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ, মন্ত্ৰী ৰিহণক সন্দেহজনক আখ্যা

ছাত্ৰাবাস নিৰ্মাণৰ দাবী, ওদালগুৰিত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ, মন্ত্ৰী ৰিহণক সন্দেহজনক আখ্যা

by News Desk
70 views
A+A-
Reset

ওদালগুৰিঃ আক্ৰাছু আৰু কোচ ৰাজবংশী সন্মিলনীয়ে ছাত্ৰাবাস নিৰ্মাণ কৰাৰ দাবীত আহ্বান জনোৱা ওদালগুৰি জিলা বন্ধৰ ব্যাপক প্ৰভাৱ পৰ্ ওদালগুৰি চহৰৰ লগতে জিলা খনৰ আন আন ঠাইত৷ আক্ৰাছু আৰু কোচ ৰাজবংশী সন্মিলনীৰ ওদালগুৰি জিলা সমিতি আহ্বান জনোৱা ২৪ ঘণ্টীয়া ওদালগুৰি জিলা বন্ধৰ প্ৰভাৱ চহৰখনত সৰ্বাত্মকৰূপে পৰা দেখা যায়।

বিগত ২০১৭ চনত বিটিচি প্ৰশাসনৰ উদ্যোগত ওদালগুৰিৰ বিভিন্ন জনগোষ্ঠীৰ সংগঠনৰ বাবে পৃথকে পৃথকে ছাত্ৰাবাস নিৰ্মাণৰ ধন আৱন্টন দিয়াৰ কথা উল্লেখ কৰিছিল। আন জনগোষ্ঠীসমূহৰ ছাত্ৰাবাসৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে যদিও বিভিন্ন চক্ৰান্তৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰাবাসটো আজিকোপতি ওদালগুৰি সদৰত নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পৰিৱৰ্তে ছাত্ৰাবাসটো জিলা সদৰৰ পৰা ৰৌতা অঞ্চললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বিটিচি প্ৰশাসনৰবিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি বন্ধ ঘোষণা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0