Home ৰাজ্যনিমাতী ঘাট ৰক্ষা কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নিমাতী ঘাট ৰক্ষা কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

by News Desk
73 views
A+A-
Reset

মৰিয়নীঃ অসমীয়াৰ আৱেগ, অনুভূতি মাজুলী৷ লোক-সংস্কৃতিৰ ভৰাল মাজুলী৷ মাজুলী চৌদিশৰ পৰা চহকী৷ জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলী৷ সত্ৰীয়া নৃত্য, গীত, খোল-তাল, ভাওনা-সবাহ, মিচিং গাভৰুৰ ঐনিতমৰ সুৰ মাজুলীৰ পৰিচয়৷ অসমীয়া মানুহৰ আৱেগ জড়িত হৈ আছে মাজুলীৰ সভ্যতা-সংস্কৃতিৰ সৈতে৷ অসমৰ জন-জীৱনৰ সৈতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ আছে এৰাব নোৱৰা এক সম্পৰ্ক৷ জগতগুৰু শংকৰদেৱে মাজুলীত ধূঁৱাহাট-বেলগুৰিত প্ৰথমখন সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতিক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল৷

যোৰহাট জিলাৰ এটা মহকুমা আছিল মাজুলী৷ এতিয়া মহকুমাৰ পৰা জিলা হ’ল। জাতি-মাটি-ভেটিৰ কথা কৈ শাসনলৈ অহা বিজেপিয়ে ২০১৬ চনৰ ২৭ জুনত মাজুলীক জিলা ঘোষণা কৰে৷ জিলা ঘোষণা কৰাৰ লগে লগে যেন সলনি হে হ’ল সকলো৷ কিন্তু যোৱা ২৫ মাহে কোনো ধৰণৰ সলনি নহ’ল মাজুলীৰ৷ মাজুলীৰ লগতে যোৰহাটক ৰক্ষা কৰি থকা নিমাতী ঘাটৰ উন্নয়ন কৰা নহল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0