Home দেশসৰ্বোচ্চ ন্যায়ালয়ৰ নতুন নিয়ম, প্ৰাৰ্থীৰ আশ্ৰিতসকলেও দাখিল কৰিব লাগিব সম্পত্তিৰ হিচাপ

সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন নিয়ম, প্ৰাৰ্থীৰ আশ্ৰিতসকলেও দাখিল কৰিব লাগিব সম্পত্তিৰ হিচাপ

by News Desk
51 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াক নিকা কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কিছুমান নিৰ্দেশনা জাৰি কৰিছে৷ বিগত বৰ্ষবোৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰিব লাগিছিল স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণৰ বিষয়ে৷ কিন্তু আগন্তুক নিৰ্বাচনসমূহত যি সকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেওঁলোকে মনোনয়ন পত্ৰৰ সহিতে প্ৰাৰ্থী গৰাকীৰ পত্নীৰ উপৰিও পৰিয়ালৰ সকলো সদস্যৰে উপাৰ্জনৰ আয়ৰ পৰিমাণ তথা উপাৰ্জনৰ মাধ্যমৰ বিষয়ে উল্লেখ কৰিব লাগিব৷ 

উল্লেখ্য যে লোক প্ৰহৰী এনজিঅ’য়ে এনে নিৰ্দেশনা ঘোষণা কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত স্মাৰক পত্ৰ দাখিল কৰিছিল৷ লোক প্ৰহৰী এনজিঅ’ আৰু ADRয়ে ন্যায়ালয়ত দাখিল কৰা স্মাৰক পত্ৰত দেশৰ নিৰ্বাচনী পদ্ধতিক স্বচ্ছ ৰূপ দিয়াৰ বাবে মনোনয়ন পত্ৰৰ লগতে প্ৰাৰ্থী গৰাকীৰ পত্নীৰ উপৰিও পৰিয়ালৰ সকলো সদস্যৰে উপাৰ্জনৰ আয়ৰ পৰিমাণ তথা উপাৰ্জনৰ মাধ্যমৰ বিষয়ে উল্লেখ কৰাৰ বিষয়টো উত্থাপন কৰিছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0