54
ডিজিটেল ডেস্কঃ ভাৰতৰ বহুকেইখন ৰাজ্যত চৰকাৰে প্ৰকৃত ভাৰতীয় নাগৰিকক প্ৰদান কৰিছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ দেশৰ নাগৰিকৰ এতিয়া উৎকন্ঠাৰ অন্ত নাই। কিন্তু বৰ্তমানেও অসমত প্ৰদান কৰা হোৱা নাই আধাৰ কাৰ্ড।
সকলোৱে নিজৰ আধাৰ কাৰ্ড বনোৱাৰ বাবে এতিয়া উঠি পৰি লাগিছে। কিন্তু আধাৰ কাৰ্ড নিৰ্মাণ কৰিবলৈ যাওঁতে এটা কথালৈ মন কৰক, আপোনাৰ হাতত যদি ৬টা আঙুলি আছে, আপুনি পাহৰি যাওক আধাৰৰ কথা।