63
আগৰতলাঃ ত্ৰিপুৰাৰ ৫৪নং কুৰ্তী কদমতলা বিধান সভা সমষ্টিত অন্তিম মুহূৰ্তত অঘটন সংঘটিত হয় বুলি খবৰ আহিছে৷ সুত্ৰৰ খবৰ মতে নিৰাপত্তাৰক্ষীয়ে একাংশ লোকৰ বিৰুদ্ধে লাঠিচালান কৰিব লগা হয়৷
সমষ্টিৰটোৰ ৩৪-৩৫ নং বুথট তথা বাঘান হাইস্কুলত একাংশ লোকে ভোট কেন্দ্ৰৰ সমীপত ভিৰ কৰি আছিল৷