Home ৰাজ্যনাহৰফুটুকী হত্যা কৰি বীৰত্ব, আৰক্ষীৰ লোক সহ আহত ১৩ জন

নাহৰফুটুকী হত্যা কৰি বীৰত্ব, আৰক্ষীৰ লোক সহ আহত ১৩ জন

by News Desk
62 views
A+A-
Reset

যোৰহাট/মৰিয়নীঃ দেওবাৰে পুৱাৰে পৰা যোৰহাটত নাহৰফুটুকীৰ আতংকই উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে একাংশ লোকে খেদি খেদি নাহৰফুটুকী হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত আছে৷ জানিব পৰা মতে, যোৰহাট গায়ন গাঁৱত যোৱা কিছুদিন ধৰি এটি নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছিল। তাৰ পিছতেই দেওবাৰে পুৱাই ভোগদৈ নৈত গা-ধুবলৈ যোৱা কেইজনমান লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে৷

কিছু সময় পিছতেই গাঁয়ন গাঁৱত বাঘে মানুহক আক্ৰমণ কৰাৰ খবৰ প্ৰচাৰ হয়৷ খবৰ লাভ কৰিয়েই একাংশ লোক উত্তেজিত হৈ পৰে৷ উত্তেজিত হৈ পৰা লোকসকলে হাতে হাতে লাঠি-জোং লৈ ওলাই আহে৷ নৈৰ পাৰ চলাধ কৰি নাহৰফুটুকী বিচাৰি থাকোতেই নাহৰফুটুকীয়ে জংঘলৰ পৰা ওলাই কেইবাগৰাকী লোকক আক্ৰমণ কৰে৷ তাৰ পিছতেই নাহৰফুটুকীৰ সৈতে কেইবাগৰাকী লোকৰ যুদ্ধ হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0