45
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ৰেলৱে জংচনৰ সমীপত দেওবাৰে পুৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত বাতৰি মতে পুৱা কোকৰাঝাৰ আৰু ফকিৰাগ্ৰাম জংচনৰ ২১৫/৪-৫ নম্বৰ খুটা এলেকাত উজনিমুৱা ৰে’লৱে ট্ৰেকত এগৰাকী মহিলাৰ মৃতদেহ পৰি থকাৰ খবৰ পাই কোনোবাই ৰেল আৰক্ষীক খবৰ দিয়ে৷