88
গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ সোণতলীত পৰীক্ষাৰ্থীৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই ধন বিছৰাৰ অভিযোগ উত্থাপন কৰি এগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰৱক্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপত৷
জানিব পৰা মতে, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ D.EL.Edৰ কেন্দ্ৰৰ পৰীক্ষাৰ্থীসকলৰ পৰা অধ্যক্ষ আৰু একাংশ প্ৰৱক্তাই ২০০ টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰে একাংশ পৰীক্ষাৰ্থীয়ে৷