Home ৰাজ্যঅসমক পূৰ্ণ-স্বায়ত্ব শাসন প্ৰৱৰ্তনৰ দাবীত ডিব্ৰুগড়ৰ পৰা আৰম্ভ হ’ব ন-ৰূপত আন্দোলন

অসমক পূৰ্ণ-স্বায়ত্ব শাসন প্ৰৱৰ্তনৰ দাবীত ডিব্ৰুগড়ৰ পৰা আৰম্ভ হ’ব ন-ৰূপত আন্দোলন

by News Desk
71 views
A+A-
Reset

ডিব্ৰুগড়ঃ অসমীয়া জাতিৰ সংকট কালত জাতীটোৰ ওচৰত থিয় দি সংকট মোচনৰ স্বাৰ্থত সততে সক্ৰিয় হৈ থকা একমাত্ৰ জাতীয়তাবাদী সংগঠনটোৱে হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ৷ জাতিক উদ্ধাৰৰ স্বাৰ্থত আজিৰ পৰা প্ৰায় ৪০ বছৰ পুৰ্বে ৰাজ্যত ভূমিষ্ঠ হৈছিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ৷ ৰাজ্যৰ কেইবাগৰাকী জাতিক ভাল পোৱা লোক একত্ৰিত হৈ জন্ম দিয়া সংগঠনটোৱে বিগত সময়ত অসমৰ প্ৰতিটো সমস্যাৰ হৈ মাত দি আহিছে৷

চৰকাৰৰ জনবিৰোধি নীতি, অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ, হিন্দু বাংলাদেশী সংস্থাপন ৰোধ, তৈল খাদ নিলাম আদি বিষয়ত নেৰানেপেৰা আন্দোলন কৰি আহিছে সংগঠনটোৱে৷ জাতিৰ অস্বিত্ব ৰক্ষা, খিলঞ্জীয়াৰ সুৰক্ষা আৰু অধিকাৰক প্ৰাধান্য দি আপোচবিহীন সংগ্ৰাম কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে৷ ৰাজ্য খনৰ সংকটৰ কালত অসম অাৰু অসমীয়া জাতিৰ সৰ্বাত্মক স্ব-নিয়ন্ত্রণৰ অধিকাৰ সাব্যস্তকৰণৰ দাবীত জন্মলগ্নৰে পৰা অবিৰত গণতান্তিকভাৱে অান্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অাহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0