56
লিডুঃ যোৱা ৭৫ ঘন্টা ধৰি শুংসুত্ৰ নাই এগৰাকী কলেজীয়া ছাত্ৰীৰ৷ কলেজলৈ ওলাই গৈ যোৱা তিনিদিন ধৰি উভতি অহা নাই ছাত্ৰীগৰাকী৷
তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ গাঁৱৰ জমিৰ আলীৰ কন্যা তথা লিডু মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী হালিমা বেগম যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে৷