Home ৰাজ্য২২ মাৰ্চত ৰেলপথ অৱৰোধ, ০১ মাৰ্ত বন্ধ ঘোষণা, BTADৰ পৰা খেদিব বিছাৰিছে আদিবাসী-চাওতালক

২২ মাৰ্চত ৰেলপথ অৱৰোধ, ০১ মাৰ্ত বন্ধ ঘোষণা, BTADৰ পৰা খেদিব বিছাৰিছে আদিবাসী-চাওতালক

by News Desk
67 views
A+A-
Reset

কোকৰাঝাৰঃ বিটিএডি বসবাস কৰা অন্যান্য সংৰক্ষিত জনগোষ্ঠীৰ লগতে আদিবাসী চাওতাল জনগোষ্ঠীক ভূমিৰ অধিকাৰ পৰা আৰু জনগোষ্ঠীও বেষ্টনিৰ সংৰক্ষিত শ্ৰেণীৰ পৰা বঞ্চিত কৰিব বিচাৰি বিটিচি কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱক হঠকাৰী বুলি মন্তব্য কৰি ইয়াৰ প্ৰতিবাদত অহা ১ মাৰ্চত ১২ ঘণ্টীয়া বিটিএডিৰ বন্ধৰ আহ্বান জনোৱাৰ লগতে ২২ মাৰ্চত ১০ ঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে আদিৱাসী জাতীয় মহাসভাই।

কোকৰাঝাৰৰ তিতাগুৰীস্থিত চিধু কানহু ভৱনত আদিবাসী জাতীয় মহাসভাৰ সভাপতি বয়েল হেমব্ৰমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সভাৰ পিছতে আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী গোটৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই এই ঘোষণা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0