শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত বুধবাৰৰ অনুষ্ঠিত হ’ব দৌলযাত্ৰা মহোৎসৱ

Home ৰাজ্যশ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত বুধবাৰৰ অনুষ্ঠিত হ’ব দৌলযাত্ৰা মহোৎসৱ

শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত বুধবাৰৰ অনুষ্ঠিত হ’ব দৌলযাত্ৰা মহোৎসৱ

by News Desk
59 views
A+A-
Reset

নগাঁওঃ বৃহত্তৰ অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু আদি লীলাভূমি নগাঁও জিলাৰ বৰদোৱাৰ পবিত্ৰ বটদ্ৰৱা থানত পূৰ্ব পৰম্পৰা অটুট ৰাখি এইবেলিও বুধবাৰৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা হ’ব৷

ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে বছৰ বছৰ ধৰি পালন কৰি অহা বৰদোৱাৰ ঐতিহ্যমণ্ডিত দৌলযাত্ৰা মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শনাৰ্থী তথা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ মহাপুৰুষজনাৰ মহান কৰ্মৰাজী আৰু আদৰ্শৰে অনুপ্ৰাণিত বৰদোৱাবাসীৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰবোৰৰ লোকসকলৰ মাজত উৎসৱকলৈ ব্যস্ততাৰ অন্ত নোহোৱা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0