Home ৰাজ্যআৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ, ডিজিটেল ইণ্ডিয়াত ডাইনীৰ সন্দেহত হত্যা এমা-ডিমা সন্তানৰ মাতৃক

আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ, ডিজিটেল ইণ্ডিয়াত ডাইনীৰ সন্দেহত হত্যা এমা-ডিমা সন্তানৰ মাতৃক

by News Desk
65 views
A+A-
Reset

চিৰাংঃ মানৱতাত লজ্জানত কৰি একমাত্ৰ কুসংস্কাৰ, অন্ধবিশ্বাসৰ পৰিণতিতে সংঘটিত হোৱা ডাইনী কাণ্ডৰ বাবেই হত্যাৰ বলি হ’ল এগৰাকী এমা-ডিমা সন্তানৰ মাতৃ৷ সভ্য সমাজক কলংকিত কৰা ডাইনী কাণ্ড আকৌ সংঘটিত হ’ল এই খন অসমত৷ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ নেতাই বোল ছবিত অভিনয় কৰি ডাইনী কাণ্ডৰ বিৰুদ্ধে সমাজক মেচেজ দিয়াৰ পিছতো পুনৰ ডাইনী কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷

একৈশ শতিকাত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ আমুল উত্তৰণৰ সময়তে এচাম অন্ধবিশ্বাসী লোকে ডাইনী সন্দেহত চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত শান্তিপুৰৰ মোলানডুবিত৷ এগৰাকী মহিলাক হত্যা নিৰ্মমভাৱে ডেগাৰেৰে আক্ৰমণ কৰি হত্যা কৰে একাংশ লোকে৷ সোমবাৰে নিশা ১২ বজাত সংঘটিত হয় এই নিৰ্মম কাণ্ড। অভিযোগ উত্থাপন হোৱা মতে, ডাইনী সজাই ৫ সন্তানৰ মাতৃ বামুন্সি বসুমতাৰীক নিৰ্মম ভাৱে হানি খুচি হত্যা কৰে গাঁও খনৰে কেইজনমান লোকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0