Home ৰাজ্যফেক ফটোৱা, ধিঙৰ আমিনুলৰ হাতত আছে প্ৰমাণ

ফেক ফটোৱা, ধিঙৰ আমিনুলৰ হাতত আছে প্ৰমাণ

by News Desk
58 views
A+A-
Reset

নগাঁওঃ ছ’নী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব ইণ্ডিয়ান আইডল জুনিয়ৰৰ বিজেতা তথা অসম গৌৰৱ জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনক ৪২ টা ইছলাম ধৰ্মীয় সংগঠনে ফতোৱা জাৰি কৰা বুলি ৰাজ্যজুৰি হৈ-চৈ হৈ আৰু ছ’চিয়েল মিডিয়াতো ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে নগাঁও জিলাৰ ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে এক সংবাদ মেল অনুষ্ঠিত কৰি নাহিদ আফ্ৰিনৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা বুলি কৰা প্ৰচাৰক সম্পূ্ৰ্ণ ভুৱা আৰু মনে সজা আখ্যা দিয়ে৷

দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি ধিঙৰ বিধায়ক আমিনুল ইছলামে ৰাজহুৱা প্ৰচাৰ পত্ৰখনত নাহিদৰ নামেই উল্লেখ নাই বুলি উল্লেখ কৰে৷ সংবাদ মেলত বিধায়কগৰাকীয়ে আৰু কয়, উদালী অঞ্চলত থকা মছজিদ,  মাদ্ৰাছা,  মাৰ্কজ,  ঈদগাহ,  কবৰস্থান আদিৰ পবিত্ৰতা আৰু মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত পশ্চিমীয়া অপসংস্কৃতিৰ ধাৰক-বাহক ‘‘কালচাৰেল নাইট’’ অনুষ্ঠিত নকৰিবলৈহে প্ৰচাৰ পত্ৰখনত কোৱা আছিল৷ এয়া কোনো কাৰণতে ফতোৱা নাছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0