56
হোজাইঃ উন্নয়নৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি, অগপ বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নক গুৰুত্ব প্ৰদান কৰিছনে৷
এই প্ৰশ্ন এতিয়া চৌদিশে উঠিবলৈ আৰম্ভ কৰিছে৷ কিয়নো আজিও গ্ৰাম্য অঞ্চল বাট-পথৰ জৰাজীৰ্ণ অৱস্থা৷ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হৈছে৷ যাৰ বাবে এই প্ৰশ্ন উত্থাপন হৈছে চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়ণক গুৰুত্ব প্ৰদান কৰিছেনে৷