Home ৰাজ্যশিক্ষাৰ অধিকাৰ আইন উলংঘা, ১১ বছৰে শিক্ষক নাই ৰাজ্যৰ এখন বিদ্যালয়ত, তথাপিও গুণোৎসৱত এ-গ্ৰেড

শিক্ষাৰ অধিকাৰ আইন উলংঘা, ১১ বছৰে শিক্ষক নাই ৰাজ্যৰ এখন বিদ্যালয়ত, তথাপিও গুণোৎসৱত এ-গ্ৰেড

by News Desk
78 views
A+A-
Reset

গোৰেশ্বৰঃ শিক্ষাৰ অধিকাৰ আইনক উলাংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বাক্সা জিলাৰ গোৰেশ্বৰত৷ ৬-১৪ বছৰৰ সকলো শিশুকে বিনামূলীয়া- বাধ্যতামূলক শিক্ষাৰ অধিকাৰ ভাৰত চৰকাৰে দিব লাগিব। ভাৰতৰ সংবিধানৰ ৮৬নং সংশোধনত ২১(ক) দফাত এই কথা উল্লেখ আছে৷ 

সকলো চৰকাৰী বিদ্যালয়ে শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব চৰকাৰে৷ কিন্তু এই আইনক মানি চলিছেনে চৰকাৰে৷ আইন মানি চলাটো দূৰৰ কথা চৰকাৰে আইন বনাই নিজেই ভংগ কৰিছে৷ এতিয়া কৈ শেষ কৰিব নোৱাৰি ৰাজ্যৰ এলেকাৰ শিক্ষা ব্যৱস্থাৰ কথা৷ বিশেষকৈ গ্ৰাম্য এলেকাৰ বহু বিদ্যালয়ত আজিও নাই ছাত্ৰ অনুপাতে শিক্ষক৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0