65
ৰঙিয়াঃ যোৱা আঠমাহে ঘৰলৈ উভতি অহা নাই এজন যুৱক৷ মৰমৰ পুত্ৰক বিচাৰি এতিয়া হায়ৰাণ হৈ পৰিছে দুৰ্ভগীয়া মাতৃ৷ ঘৰলৈ উভটি আহিব বুলি আশাৰে বাট চাই ৰৈছে মাতৃগৰাকীয়ে৷
চকুৰ আঁৰ হ’লেই থাকিব নোৱাৰা মাতৃগৰাকীয়ে এতিয়া লঘোণে-ভোকে থাকি বুকুত একুৰা জীয়া জুই লৈ পুত্ৰক বিচাৰি ব্যাকুল হৈ পৰিছে৷