72
ডিজিটেল ডেক্সঃ পৰীক্ষাৰ শেষৰ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ’ল নষ্ট৷ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ এনট্ৰেন্স পৰীক্ষাৰ দিনচাপি অহাৰ সময়তে পুনৰ মানসিক আৰু শাৰীৰিক কষ্ট কৰিব লগা হ’ল৷ কিয়নো পুনৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লগা হৈছে৷
আকৌ এটা পৰীক্ষাৰ মুখামুখি হোৱাৰ ভয়ে জৰ্জৰিত কৰিছে সমগ্ৰ দেশৰে চিবিএছইৰ অধীনত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বহা প্ৰাৰ্থীসকলক।