Home ৰাজ্য২৫ দিন পূৰ্বে বিয়া কৰাই অনা পত্নীক পৰ পুৰুষৰ গাড়ীত তুলি দি ৰং চালে স্বামীয়ে, নলবাৰীৰ বোৱাৰী দৰঙত উদ্ধাৰ

২৫ দিন পূৰ্বে বিয়া কৰাই অনা পত্নীক পৰ পুৰুষৰ গাড়ীত তুলি দি ৰং চালে স্বামীয়ে, নলবাৰীৰ বোৱাৰী দৰঙত উদ্ধাৰ

by News Desk
51 views
A+A-
Reset

মঙলদৈঃ ধৰ্ষণ কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে  শনিবাৰে নিশা নলবাৰী জিলাৰ নৱবিবাহিতা বোৱাৰী এগৰাকী ৰহস্যজনক ভাৱে দৰং জিলাৰ দুনীত অৰ্ধ উলংগ আৰু অৰ্ধচেতন অৱস্থাত পথৰ দাঁতিৰ পৰা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, নলবাৰী জিলাৰ বালিজানত ঘৰ নৱবিবাহিত বোৱাৰীগৰাকীৰ৷

নিশা প্ৰায় ৯ বজাত অচেতন অৱস্থাত দুনীত পথৰ দাতিত উদ্ধাৰ হয় বোৱাৰীগৰাকী৷ এগৰাকী স্থানীয় লোকে প্ৰত্যক্ষ কৰে বোৱাৰীগৰাকীক৷ উদ্ধাৰৰ সময়ত দেহৰ কাপোৰ ফালি-ছিৰি থোৱা অৱস্থাত আছিল বোৱাৰীগৰাকীৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0