67
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সুৰক্ষা আইন অধিনিয়ম-১৯৮৯ অনুসৰি গ্ৰেপ্তাৰ আৰু অপৰাধীক গোচৰ ৰুজু কৰিব নোৱাৰাৰ সিদ্ধান্ত লয়৷ এই খন আইনে বিভিন্ন সময়ত ভেদভাৱ, অত্যাচাৰ সন্মুখীন হোৱা সম্প্ৰদায়ক সুৰক্ষা দিছিল৷
#BharatBandh over SC/ST protection act: Visuals of protest from Ghaziabad pic.twitter.com/MIpJXCZBaA