65
ডিজিটেল ডেস্কঃ
বিজেপি শাসিত মধ্য প্ৰদেশত আৰক্ষীৰ গুলীত ৪গৰাকী বন্ধ সমৰ্থকৰ মৃত্যু হয় আৰু ১৫ গৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷ timesofindiaত প্ৰকাশ পোৱা খবৰ মতে, ইতিমধ্যে মধ্যপ্ৰদেশত ৪ গৰাকী বন্ধ সমৰ্থকৰ মৃত্যু হৈছে৷
গোৱালীয়ৰ আৰু মেৰুণত মৃত্যু হৈছে বন্ধ সমৰ্থক কেইজনৰ৷ আৰক্ষীয়ে গুলীচালনা কৰাৰ পিছতেই উত্তেজিত হৈ পৰে বন্ধৰ সমৰ্থক৷ ৰাহুল নামৰ লোক এজনে ঘৰৰ বেলকনীত থিয় দি থকা অৱস্থাত আৰক্ষীৰ গুলী লাগে৷