72
ঢেকীয়াজুলিঃ আইৰ সমান হব কোন, নৈৰ সমান বব কোন৷ নদী মানুহৰ ঈশ্বৰ, নদী মানুহৰ মাতৃ৷ নদীক মানুহে পূজা কৰে৷ এয়া এক পৰম্পৰা নতুবা বিশ্বাস৷ ৰজাই যেতিয়া প্ৰজাৰ কাম নকৰে তেতিয়া বিশ্বাস আৰু পৰম্পৰাক আকোৱালি লব লগা প্ৰজাই। হয়, কেইগৰাকী মান কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ইশ্বৰ-আল্লাক প্ৰাৰ্থনা জনাই কৈছে ‘হে ভগৱান তুমি আমাৰ বিদ্যালয় খন ৰক্ষা কৰা৷ হে আল্লা, হে ঈশ্বৰ তুমিয়ে আমাৰ স্কুল খন বচোৱা৷’