65
গুৱাহাটীঃ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে যোৱাটো নিৰ্বাচনৰ সময়ত খোদ কৈছিল দেশৰ বাবে কিবা কৰিব লাগিলে ৫৬ ইঞ্চিৰ বুকু থাকিব লাগিব৷ কেৱল ইমানে নহয় নতুন নতুন কথাৰে ভাষণ প্ৰদান কৰি বিৰোধীক ধৰাশয়ী কৰিব পাৰে বুলি খ্যাতিও আছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ৷
ভাষণেৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ধৰাশয়ী কৰাৰ লগতে ভোটাৰক আকৰ্ষিত কৰি ২০১৪ চনত প্ৰধানমন্ত্ৰী হৈছিল৷ সেয়াও অভিলেখ সংখ্যাক আসন লাভ কৰি৷