79
ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত ভাৰতৰ মহিলা শ্বুটাৰ শ্ৰেয়াশ্ৰী সিঙে সোণৰ মেডেল লাভ কৰে৷ শ্ৰেয়াশ্ৰী সিঙে ভাৰতলৈ দ্বাদশটো সোণৰ মেডেল আজুৰি আনিবলৈ সক্ষম হয়৷
কমনৱেলথ গেমছত বুধবাৰৰ দিনটোত প্ৰথমটো স্বৰ্ণ পদক ভাৰতলৈ আনে শ্বুটাৰ শ্ৰেয়াশ্ৰী সিঙে৷ শ্ৰেয়াশ্ৰী সোণৰ পদক লাভ কৰাৰ লগে লগে ভাৰতে লাভ কৰে ১২টা স্বৰ্ণ মেডেল৷ ভাৰতে মুঠ ২৩টা পদক লাভ কৰিহলৈ সক্ষম হৈছে।