73
গুৱাহাটীঃ গুড ফৰ গল্ড।কমনৱেলথ গেমছৰ মহিলাৰ বক্সিঙত ফাইনেলত প্ৰৱেশ কৰিলে দেশৰ মহিলা বক্সাৰ মেৰিকমে৷ চেমিফাইনেলত মেৰিকমে ৫–০ত ধৰাশয়ী কৰিলে শ্ৰীলংকাৰ অনুষা দিলৰক্ষীক৷ শ্ৰীলংকাৰ অনুষা দিলৰক্ষীক ধৰাশয়ী কৰি ফইনেলত প্ৰৱেশ কৰে উত্তৰ পূৰ্বাঞ্চলৰ বক্সাৰ মেৰী কমে৷ সোণৰ পদক লাভ কৰাৰ প্ৰতিশ্ৰুতিৰে কমনৱেলথ গেমছৰ বক্সিং ৰিঙত নামিছিল তেওঁ৷
Medal laden Day for #TeamIndia 's Shooting contingent!