Home ৰাজনীতিদেশৰ ৰাজনীতি সলনি হৈ যাব, এছপি-বিএছপিৰ পতাকা একে ঠাইত উৰি থাককঃমুলায়াম

দেশৰ ৰাজনীতি সলনি হৈ যাব, এছপি-বিএছপিৰ পতাকা একে ঠাইত উৰি থাককঃমুলায়াম

by News Desk
92 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজনীতিত দেশৰ বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ভূমিকা বিশেষ বুলি দেশ স্বাধীন হোৱাৰ পিছৰে পৰা চৰ্চা হৈ আহিছে৷ কিয়নো দেশৰ ভিতৰতে ডাঙৰ ৰাজ্য খনত লোকসভা সমষ্টিৰ সংখ্যা অত্যাধিক৷ ৰাজ্য খনে একপ্ৰকাৰ নিশ্চিত কৰি আহিছে দিল্লীত চৰকাৰ কোন দলে গঠন কৰিব৷ 

৮০ খন লোকসভা আসন আছে উত্তৰ প্ৰদেশত৷ যাৰ বাবে দেশৰ সাধৰণ নিৰ্বাচনৰ সময়ত সমগ্ৰ দেশৰ চকু উত্তৰ প্ৰদেশৰ পিনে থাকে৷ উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ প্ৰতিটো খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰে৷ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আদি উত্তৰ প্ৰদেশৰ পৰাই প্ৰতিনিধিত্ব কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0