Home ৰাজ্যখেতিপথাৰত অবৈধ খনন, চাবুৱাত ৰাইজে অভিযান চলাই জব্দ কৰিলে ডাম্পাৰ-জেচিবি

খেতিপথাৰত অবৈধ খনন, চাবুৱাত ৰাইজে অভিযান চলাই জব্দ কৰিলে ডাম্পাৰ-জেচিবি

by News Desk
61 views
A+A-
Reset

ডিব্ৰুগড়ঃ চৰকাৰী ভূমি নষ্ট কৰি একাংশ লোকে অবৈধ খনন কৰাৰ ঘটনা বিভিন্ন ঠাইত সংঘটিত হব’লৈ ধৰিছে। বৰ্তমান সময়ত বিভিন্ন সমস্যাই গা কৰি উঠা সমস্যাৰ ভিতৰত ইয়ো এটা সমস্যা হৈ পৰিছে৷ এচাম লোকে ৰাজ্যখনত মুনাফা লাভৰ বাবে চলাই অহা কাৰ্যই বিপদ কঢ়িয়াই আনিছে খেতি পথাৰসমূহলৈ৷

চোৰাং ব্যৱসায়ীৰ লগতে ৰাজ্যৰ ওপৰৱালাৰ বহতীয়া হৈ থকা একাংশ লোকে বন ধ্বংস কৰি অহাৰ উপৰিও চলাই আহিছে বিভিন্ন ধৰণৰ অবৈধ কামকাজ ৷ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাৰ নাদুৱাত একাংশ লোকে চৰকাৰী ভূমিত অবৈধভাৱে খনন কৰি কৃষিভূমিসমূহলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0