64
তিনিচুকীয়াঃ জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত শুকুৰবাৰে বহাগ আদৰণি সংহতি সংকল্প আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷
দিনৰ ১১.৩০ বজাত আৰম্ভ হোৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে লক্ষী বৰাই৷ শ্বহীদ তৰ্পন কৰে পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সাধাৰন সম্পাদক বিনোদ দাসে ৷ বৃক্ষৰোপণ কৰে মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সভাপতি খগেন মল্লিকে৷