68
ডিজিটেল ডেস্কঃ গণ ধৰ্ষণ কাণ্ডই দেশ কঁপাইছে৷ দেশৰ নাগৰিক ৰাজপথলৈ ওলাই আহি নিন্দা কৰিছে এই কাণ্ডক৷ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে দেশত সংঘটিত ধৰ্ষণ, নাৰী নিৰ্যাতন-কিশোৰী-শিশু ধৰ্ষণ-হত্যা কাণ্ডৰ ঘটনাক গৰহণা দি দোষীক শাস্তি দিয়াৰ পোষকতা কৰিছে জনগণে৷
Thousands of men and women stood up to be counted in the battle for justice and to protest the rising acts of violence against girls and women.