59
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ মুম্বাই প্ৰীতি বহুদিনীয়া। এই মুম্বাইৰ পৰাই ১৬ বছৰ বয়সত ক্ৰিকেট জগতত ভৰি দিছিল শচীনে। বিশ্বজুৰি সমাদৃত ক্ৰিকেটৰ ইতিহাসৰ জীৱন্ত কিংবদন্তি শচীনে মুম্বাইৰ ৰাজপথেৰে গৈ থাকোতে কেইজনমান ল’ৰাই ক্ৰিকেট খেলি থকা গাড়ীৰ পৰা নামি আহি অলপ সময়ৰ বাবে বেটিং কৰে।