Home ৰাজ্যবেংক অৱ ইংলেণ্ডৰ গভৰ্ণৰ পদত বহিব ৰঘুৰাম ৰাজন

বেংক অৱ ইংলেণ্ডৰ গভৰ্ণৰ পদত বহিব ৰঘুৰাম ৰাজন

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ তথা বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনে বেংক অৱ ইংলেণ্ডৰ মুখ্য পদত বহিব পাৰে বুলি খবৰ প্ৰকাশ হৈছে৷ ৫৫ বছৰীয়া ৰঘুৰাম ৰাজনে এই পদ যদি লাভ কৰে তেন্তে প্ৰথমগৰাকী বিদেশী লোকে সেই আসনত বহিব৷ সংযুক্ত কিংডমৰ কেন্দ্ৰীয় বেংকৰ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়৷ এই পদৰ বাবে নিৰ্বাচিত হলে বেংকৰ বৰ্তমানৰ গভৰ্ণৰ মাৰ্ক কাৰ্ণীৰ ঠাই গ্ৰহণ দখল কৰিব ৰাজনে৷ 

timesofindia.comত প্ৰকাশিত খবৰ মতে, ইউকেৰ বিত্ত মন্ত্ৰী ফিলিপ হেমাণ্ডে বৰ্তমানৰ গভৰ্ণৰ মাৰ্ক কাৰ্ণীক আতৰাবৰ বাবে চিন্তা কৰাৰ লগতে সম্ভাব্য প্ৰাৰ্থী বিচাৰি থকা হৈছে বুলি কয়৷ এতিয়ালৈ আনুষ্ঠানিক ভাবে প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদিও আন আন প্ৰাৰ্থীৰো সন্ধান কৰা হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0