Home দেশমোডীৰ কি কথাই দুখ দিলে ভাৰতীয় ডাক্তৰক, পঢ়ক এই বাতৰি

মোডীৰ কি কথাই দুখ দিলে ভাৰতীয় ডাক্তৰক, পঢ়ক এই বাতৰি

by News Desk
68 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ভাৰতীয় ডাক্তৰসকলক দুখ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ প্ৰধানমন্ত্ৰী লণ্ডন ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা মন্তব্যত দেশৰ বিভিন্ন প্ৰান্তৰ ডাক্তৰ সকলে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ ভাৰতৰ ডাক্তৰ সন্থাই এই অসন্তুষ্টিৰ কথা প্ৰতিবাদ আৰু চিঠি যোগে নৰেন্দ্ৰ মোডীক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লণ্ডনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ চিকিৎসা ব্যৱস্থা সম্বন্ধে সাংবাদিকৰ আগত মন্তব্য কৰিছিল৷ মোডীয়ে নিজৰ মন্তব্যত ভাৰতীয় ডাক্তৰ সকলৰ ওপৰত আক্ষেপ প্ৰকাশ কৰি কৈছিল যে ডাক্তৰ সকলে দেশখনত জেনেৰিক ঔষধৰ বজাৰখন বন্ধ কৰি ৰাখিছে৷ ডাক্তৰসকলে ফাৰ্মাচি আৰু মেডিকেল ৰিপ্ৰেজেন্টিভ সকলৰ লগত মিলিত হৈ ব্যৱসায়িকভাৱে প্ৰচলিত আৰু বিদেশত নিৰ্মাণ হোৱা ঔষধহে ৰোগীক দিয়ে৷ যাৰ ফলত জেনেৰিক ঔষধসমূহৰ বিষয়ে ৰোগীয়ে গমেই নাপায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0