65
কোকৰাঝাৰঃ বড়ো জাতীয় নেতাৰ নেতৃত্বত বড়ো জাতীয়ে দীৰ্ঘ সময় ধৰি সুকীয়া ৰাজ্যৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বছৰ বছৰ ধৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ কালৰ পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও বিটিএডি গঠনৰ পিছত সুকীয়া ৰাজ্যৰ দাবীত প্ৰতিবাদে বিশেষ মাত্ৰা লাভ কৰে৷
