63
ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ড অনিবাৰ্য্য সম্পৰ্কে উচ্চতম আদালতত বুধবাৰে শুনানি গ্ৰহণ কৰা হয়৷ উচ্চতম ন্যায়ালয়ে কয় যে আধাৰ কাৰ্ডক চিম কাৰ্ডৰ সৈতে সংযোগ কৰাৰ বাবে আদালতে কোনোধৰণৰ নিৰ্দেশ দিয়া নাই৷
কিন্তু ইয়াৰ পাছতো নিৰ্দেশনা পত্ৰত কিয় আদালতে আদেশ দিছে বুলি কোৱা হৈছে বুলিও উচ্চতম ন্যায়ালয়ে চৰকাৰক উভতি ধৰে৷ আনহাতে ইউডিএআইয়ে ২০১৭ চনৰ মাৰ্চ মাহতে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছিল বুলি কয়৷