Home ৰাজ্য৪ দিনে সন্ধান নাই পিচিজিৰ সদস্য ৰেৱতী ফুকনৰ, যুৱ-ছাত্ৰ পৰিষদ-মটক যুৱ-ছাত্রৰ ক্ষোভ

৪ দিনে সন্ধান নাই পিচিজিৰ সদস্য ৰেৱতী ফুকনৰ, যুৱ-ছাত্ৰ পৰিষদ-মটক যুৱ-ছাত্রৰ ক্ষোভ

by News Desk
65 views
A+A-
Reset

ডিব্ৰুগড়ঃ পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ যোৱা চাৰিদিন ধৰি আৰক্ষীয়ে কোনোধৰণৰ শুংসুত্ৰ লাভ নকৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ আলফা চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম হোতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য কালৰ ঘনিষ্ঠ বন্ধু ৰেৱতী ফুকন গুৱাহাটীৰ ঘৰৰ পৰা নিৰুদ্দেশ হয়৷

ৰেৱতী ফুকনৰ নিৰুদ্দেশ সন্দৰ্ভত ২৫ এপ্ৰিলত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহায়ে এখন সংবাদমেল অনুষ্ঠিত কৰি অসম আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰা বুলি কয়৷ ৰে’ল ষ্টেচন, বিমানবন্দৰ সকলোৰে পৰা তথ্য সংগ্ৰহ কৰাৰ লগতে চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি থকা বুলি উল্লেখ কৰে যদিও নিৰুদ্দেশ সন্দৰ্ভত কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0