Home ৰাজ্যহাজোত কিশোৰীক যৌন নিৰ্যাতনৰ অভিযুক্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ

হাজোত কিশোৰীক যৌন নিৰ্যাতনৰ অভিযুক্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ

by News Desk
65 views
A+A-
Reset

হাজোঃ কেন্দ্ৰীয় চৰকাৰে নাৰী নিৰ্যাতন ৰোধ কৰিবলৈ দেশত নতুন আইন প্ৰৱৰ্তন কৰিলেও কিন্তু হ্ৰাস পোৱা নাই নাৰী নিৰ্যাতনৰ ঘটনা৷ দেশ তথা আমাৰ ৰাজ্যখনত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাই দেশৰ মান-মৰ্যাদাত আঘাত হানিছে৷ দেশত সংঘটিত কেইবাটাও ঘটনাৰ আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰখাৰ সময়তে মঙলবাৰে অসম আৰক্ষীৰ গাত দাগ লগালে এগৰাকী আৰক্ষী বিষয়াই৷ 

ৰক্ষকে ভক্ষক হোৱাৰ লেখিয়াকৈ এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷  সেয়াও আন ঠাইত নহয়, খোদ আৰক্ষী থানা চৌহদৰ ভিতৰতে কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে কামৰূপ জিলাৰ ৰামদিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসৰ বিৰুদ্ধে৷ জানিব পৰা মতে, দুদিন পূৰ্বে কিশোৰীগৰাকীক থানা চৌহদলৈ আনি কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0