ডিজিটেল ডেস্কঃ জিএছটিৰ ৰাজহ সংগ্ৰহ ১ লাখ কোটিৰ ঘৰ পাৰ কৰিছে বুলি ইতিমধ্যে বিত্ত বিভাগে স্পষ্ট কৰিছে৷ শুকুৰবাৰে দিল্লীত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিএছটি পৰিষদৰ ২৭ সংখ্যক বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে এই কথা প্ৰকাশ কৰে৷ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিভিন্ন মহলে চিন্তা ব্যক্ত কৰিছে৷
The Union Minister of Finance & Corporate Affairs, @arunjaitley chairing the 27th GST Council Meeting in New Delhi today via video conference. MoS(Finance) @BJPShivPShukla ,West Bengal FM Shri Amit Mitra & Sr. Officers of the Ministry of Finance are also attending it among others pic.twitter.com/IQn2XMqnfe