90
ওৰাংঃ এটি জনগোষ্ঠীৰ নামেৰে এটুকুৰা আপোন ঠাই থকাতো হয়তো সকলোৱে বিচাৰে। নিজ জনগোষ্ঠীৰ নামেৰে এখন ঠাই থকাৰ ফলত নিজক সংস্থাপন কৰি বসবাস কৰিব বিচাৰে সকলোৱে৷ নিজৰ কৃষ্টি, সংস্কৃতি, জাতিক মৰ্যাদা দি নিজৰ অধিকাৰক গুৰুত্ব দিব নিবিচাৰা মানুহ হয়তো কোনো নোলাব৷
