Home ৰাজ্যওদালগুৰিত গণসমাবেশ, বনাঞ্চলত বাস কৰা চাওঁতালক ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবী

ওদালগুৰিত গণসমাবেশ, বনাঞ্চলত বাস কৰা চাওঁতালক ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবী

by News Desk
59 views
A+A-
Reset

ওদালগুৰিঃ ৰাজ্যৰ লাঞ্চিত, বঞ্চিত চাওঁতাল জনগোষ্ঠীৰ লোকসকল শনিবাৰে বিশাল গণ সমাবেশ অনুষ্ঠিত কৰে ওদালগুৰি জিলাত৷ বছৰ বছৰ ধৰি নায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰি অহা চাওঁতাল জনগোষ্ঠীৰ লোকসকলক কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ শনিবাৰে গণ সমাবেশ অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰাকৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ 

চানতালসকলক জনজাতিকৰণৰ বাবে উভয় চৰকাৰে বিভিন্ন ক্ষেত্ৰত প্ৰতাৰণা কৰি অহাৰ লগতে নিৰ্যাতিত, শোষিত আৰু চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জনগোষ্ঠীটোৰ লোকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0