Home ৰাজ্যপৰেশ বৰুৱাৰ দাবী, আলফাই কাঢ়ি নিছে আৰক্ষী বিষয়া ভাস্কৰৰ AK-47

পৰেশ বৰুৱাৰ দাবী, আলফাই কাঢ়ি নিছে আৰক্ষী বিষয়া ভাস্কৰৰ AK-47

by News Desk
62 views
A+A-
Reset

গুৱাহাটীঃ ৪ মে’ৰ বিয়লি আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ দক্ষ বিষয়া ভাস্কৰ কলিতাই। দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাৰ কুজু পথাৰত প্ৰৱেশৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ 

তাৰ পিছতে যুৱ আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷ আলফাৰ দলটোৰ সৈতে প্ৰথমে গুলীয়াগুলি লাগে আৰক্ষী-চিআৰপিএফৰ৷ পিছত সেনাই নেতৃত্ব লয় অভিযানৰ৷ তেনে সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলীচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0