72
গোলকগঞ্জঃ প্ৰথমে দল আৰু নেতাৰ দেহত নিৰ্বাচনৰ বতাহ লাগে৷ নিৰ্বাচনৰ দিন বাৰ থিক হোৱাৰ পিছত ধৰ্মক লৈ নিকৃষ্ট খেল আৰম্ভ কৰে৷ ৰাইজৰ ওচৰলৈ গৈ ধৰ্ম যুদ্ধ, ধৰ্ম ৰক্ষাৰ কথা কৈ ভোট ভিক্ষা কৰি নানান প্ৰতিশ্ৰুতি দিয়ে ৰাজনৈতিক দল আৰু নেতাই৷
