50
newsnextone.com | ডিজিটেল ডেস্কঃ অসমত হিন্দু বাংলাদেশীক সংস্থাপন লৈ যুক্তি-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ত্ৰিপুৰাত আটক হ’ল ২৪ গৰাকী সন্দেহযুক্ত বাংলাদেশী৷
বৃহস্পতিবাৰে ত্ৰিপুৰাৰৰ আগৰতলা ৰেল ষ্টেচনত ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ধৃত বাংলাদেশী কেইজনক৷ ধৃত বাংলাদেশী কেইজন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে৷